assamese news today দিনটোৰ কেইটা মান গুৰুত্বপূৰ্ণ খবৰ


assamese news today দিনটোৰ কেইটা মান গুৰুত্বপূৰ্ণ খবৰ  


গণমত অসম আজিৰ খবৰ ৭ এপ্ৰিল ২০১৯: 

প্ৰথম খবৰ: পুৱা এজাক বৰষুণতে জলমগ্ন মহানগৰী। মুষলধাৰ বৰষুণত বুৰ গ’ল মহানগৰীৰ খানাপাৰা আৰু নমাইল, হাতীগাঁও, কাহিলীপাৰাকে ধৰি বহু অঞ্চল। কৃত্ৰিম বানৰ ফলত যান-বাহনৰ লগতে যাত্ৰীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। 


দ্বিতীয় খবৰ: আজি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰ’লত ৬ পইচা আৰু ডিজেলত হ্ৰাস পালে ৮ পইচাকৈ। আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৭২.৩৮ টকা আৰু ৬৬.৫৩ টকা।


তৃতীয় খবৰ: ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ২৩ এপ্ৰিলত ৰাজ্যৰ ৪টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ’‍ব ভোটগ্ৰহণ। গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটাত অনুষ্ঠিত হ’ব নিৰ্বাচন।

1/Post a Comment/Comments

  1. No Deposit Bonus Casinos 2021 - Win Real Money at US
    We list 10 best online casinos with no deposit bonuses in the US. Find the best USA no choegocasino.com사이트 deposit bonus หารายได้เสริม codes and get ventureberg.com/ your wooricasinos.info free spins deccasino

    ReplyDelete

Post a Comment

Stay Conneted

Boxed Version