ৰংজুলি ধনুভঙাত ভয়ংকৰ পথ দুৰ্ঘটনা


ৰংজুলি ধনুভঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰা জিলাৰ ৰংজুলি ধনুভঙাত  সংঘটিতত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে নিশা ঘটে এই পথ দুৰ্ঘটনা। দ্ৰুত বেগি আলট্ৰা বাছে মোহতিয়াই লৈ যায় চাইকেল আৰোহীক। থিতাতে নিহত হয় চাইকেল আৰোহী গোবিন্দ চৰকাৰ।


0/Post a Comment/Comments

Stay Conneted

Boxed Version