Daini part 19

Daini part 19

....
দি বেয়া লাগিছিল । কিন্তু সময়তো পাৰ কৰিব লাগিব ।  আন্ধাৰ হোৱাৰ আগত কনফেশ্বন শেষ কৰিব নোৱাৰিম। কথা কোৱাৰ সময়ত মাজে মাজে ঘড়ীটোলৈ চাই আছিলো। যেন ছেকেণ্ডৰ কটাডালে  প্রতি ঘন্টাত এবাৰকৈ ঘুৰিছে। ৰাতি হবলৈ ১৫-২০ মিনিট বাকী। এই সময়টাতে আৰু কি কম । কি কম। এইবোৰ যেতিয়া ভাবি আছিলো তেতিয়া পাদ্ৰীয়ে কলে, " এই ইমানবোৰ অপকৰ্মৰ পিছত তোমাৰ আত্মোপলব্ধি  দেখি মই  সচাকৈয়ে আনন্দিত হৈছো । ঈশ্বৰে নিশ্চিতভাবে তোমাৰ অন্তৰৰ কালিমা মচি  দিব। তুমি শীঘ্ৰেই সত্যৰ আভাত আলোকিত হৈ উঠিবা । "
মই স্পষ্টত বুজি পাইছিলো  পাদ্রী কনফেশ্বন পর্বটো শেষ কৰিবলৈ বিচাৰিছে । কিন্তু মোৰ  ঘড়ীত সময় এতিয়াও বহুত বাকী। সেয়ে তেওক ৰখাই কলো , "না না ফাদাৰ মোৰ আৰু কবলৈ বাকী আছে ।"
পাদ্রী বিৰক্তি ভৰা  কন্ঠত কৈ উঠিল , "কোৱা । মই শুনি আছো ।"
যি হওক । ৰক্ষা পৰিলো । দীৰ্ঘশ্বাস লৈ মই আকৌ আৰম্ভ কৰিলো।
"মোৰ ল'ৰাটোক চোৱাচিতাৰ কাৰণে মই এজনী ছোৱালী নিয়োগ কৰিছিলো । ছোৱালীজনী খুবেই সুন্দৰী তাইৰ বয়স ১৮ পাৰ হৈছে  গাখীৰৰ দৰে শুধ বগা গাৰ ৰং , সুগঠ স্তন, উন্নত নিতম্ব। এক কথাত  অসাধাৰণ । মই তাইক মোৰ সৈতে  শুবলৈ সম্মত কৰাৰ বহু প্রচেষ্টা চলাই আছিলো । কিন্তু তাই ৰাজি হোৱা নাছিল । তিনদিন আগেয়ে মোৰ  স্বামীৰ অবৰ্তমানত মই তাইক টোপনিৰ ঔষধ খুৱাই দিছো । তাই  শুই পৰাৰ পিছত তাৰ পিছত মোৰ বেডৰুমত লৈ বিচনাত বান্ধি ললো। তাৰ পিছত সাৰ পোৱালৈ অপেক্ষা কৰি থাকিলো। তাই সাৰ পোৱাৰ লগে লগে জোৰপূৰ্বক মই সমকামিতাত লিপ্ত হলো তাৰ পিছত ছোৱালীজনীক বেচ কিছু টকা দি তাইক বিদায় দিলো।
তাৰপিছত  ,,,,,তাৰপিছত , ,,,,,,,,,  আৰু একো নাই । "
মই  কনফেশ্যন শেষ কৰিলো। প্রায় এঘাৰটা বাজিছে ।
তাৰপিছত ফাদাৰে মোক আজীৱন ভাল হৈ চলাৰ প্ৰমিজ খুৱালে। বাইবেলৰ সকলোখিনি পঢ়ি শুনালে। তাৰপিছত  কনফেশ্বন শেষ কৰি উঠি  গল । তেও কনফেশ্বন কক্ষৰ পৰা ওলাই যোৱা সময়ত মোক গীৰ্জাৰ বাবে  কিছু অনুদান প্রদানৰ  অনুৰোধ কৰিলে। মই  তেওৰ আগতে এটা পাঁচশ ইউৰোৰ নোট গীর্জাৰ দানবক্সত দি দিলো। তেওৰ মুখত  এটা তৃপ্তিৰ হাহি জিলিকি উঠিল ।  কিছু সময়ৰ বাবেহে। মুহুৰ্ততে আৰু ভাবগাম্ভীর্যময় চেহেৰাটো লৈ মোক বিদায় জনাই চিৰিৰে উঠি গল। মই তেওঁক সন্মান জনাই ওলাই আহিবলৈ ধৰিলে। যেতিয়া তেঁও কক্ষৰ দৰ্জা বন্ধ কৰিলে মই আকৌ ঘুৰি চিৰিৰ কাষলৈ আহিলো। চুপ চাপ এটা এটাকৈ চিৰিৰে উঠি চাদলৈ আহিলো। এতিয়া আৰম্ভ কৰিব লাগিব । কিন্তু কাম আৰম্ভ কৰাৰ আগতে ফোনটো বাহিৰ কৰি মাক ফোন কৰিবলৈ চেষ্টা কৰিলো । কিন্তু গীর্জাৰ ছাদত নেটৱৰ্ক নাপায় । থাকক তেন্তে । এই তো যোৱা উইকএণ্ডত মাক  দেখি আহিছো । এনেদৰে ফোন কৰি  তেওঁক বাৰে বাৰে  বিৰক্ত কৰাৰ মনো নগল । এনেদৰে মনক বুজনি দিয়াৰ চেষ্টা কৰিলো । চাদলৈ  আহি  বুজি পালো আজি  অবস্থা ভাল নহয়। সন্ধ্যাৰ পৰাই  ঠান্ডা বতাহ বলি আছে আৰু কিনকিনিয়া  বৰষুণৰ পৰি আছে । নাজানো ৰাতি কি হব । মনত পৰিল   অফিচত আজি এজনে   এটা সামুদ্রিক ঘূৰ্ণীবতাহৰ কথা  আলোচনা কৰিছিল। এয়া কি তাৰেই  পূর্বাভাস? বৃষ্টি হয়তো মোৰ কামত সুবিধা কৰি দিব। কবৰ খান্দোতে শৰীৰত  বালি লাগিলেও বৰষুণত সকলো ধুই চাফা হব । আৰু বৰষুণৰ সোতে  মোৰ ভৰিৰ চাপ এৰাতিৰ ভিতৰতে মচি নিব । বাহ! এইয়াই স্ৰষ্টাৰ আশীর্বাদ। বেগ খুলি ৰছীডাল উলিয়াই ক্রছৰ সৈতে বান্ধিলো । তাৰ পিছত যন্ত্ৰপাতি থকা বেগটো আনখন হাতত লৈ ঘড়ীটোলৈ চাই থাকিলো। ঘড়ীটো বজাৰ লগে লগে মই সেয়া তলত পেলাই দিম। বিশাল ক্রুচটোৱে মোক  বৃষ্টি আৰু বতাহ দুয়োটাৰে পৰা ৰক্ষা কৰিছিল । অপেক্ষাৰ প্রহৰ যেন শেষ হবলৈ খোজা নাই  ।চকুত নিদ্ৰামগ্ন হব খুজিছিল। গীর্জাৰ ঘন্টা বজাতেই ঘপহকৈ থিয় হৈ উঠিলো । অবশেষত ৰাতি  ১২ টা বাজিল । বেগটো পেলাই দিলো  তলৰ আন্ধাৰলৈ । ঘন্টাৰ  ঢং ঢং শব্দৰ মাজতে বেগটো যেন নিশব্দে হেৰাই গল । এইবাৰ মই ৰছীডালত ধৰি নামিবলৈ ধৰিলো। কোৱা বাহুল্য মই এজন  বাজিকৰ নহয়  । সেয়ে নামিবলৈ ধৰোতে মোৰ বহুত কষ্ট হল। আধাখিনি নামোতেই ঘটিল বিপত্তি। বৰষুণত তিতি ৰছীডাল পিছল হৈ পৰিছে । বুজিবলৈ নোৱাৰিলো হাতখন কেনেকৈ এৰা খালে। এনে লাগিল যেন মই অনন্তকাল বতাহত ভাহি তললৈ সৰি পৰিছো। তাৰপিছতে  এটা বিধ্বংসী পতন।

(আগলৈ )

1/Post a Comment/Comments

  1. bohut bohut val lagil. next part tu hunkale pohiboloi bat sai asu

    ReplyDelete

Post a Comment

Stay Conneted

Boxed Version