আজিৰ ৰাশিফল, কেনে হব আজি আপোনাৰ দিনটো

আজিৰ ৰাশি ফল assamese rashifol 

ইং ২২ অক্টোবৰ,২০১৯ ,মঙ্গলবাৰ

👉মেষ ৰাশি(অ,আ,ল)  - মনৰ পৰা সন্দেহ ত্যাগ কৰক ।ব্যৱসায়ত শুভ ।পাৰিবাৰিক অশান্তি ।জেদ,অহংকাৰ ,খং ভাব ত্যাগ কৰক ।দিনটো সতৰ্ক হৈ চলক ।আত্মীয় লগত বিবাদ হব পাৰে । বিবাহৰ আলোচনা হব পাৰে ।শিক্ষাৰ্থী সকলৰ বাবে শুভ।

👉বৃষ ৰাশি(ই,উ, ব)  -ব্যৱসায়ত শুভ ।স্বামী -স্ত্ৰীৰ মাজত ভুল বুজা বুজি হব পাৰে । কৰ্মত মন দিয়ক ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক ।সন্তানৰ বাবে মনত আনন্দ পাব পাব পাৰে ।বিদ্যাৰ্থীৰ সকলৰ পঢ়া ক্ষেত্ৰত ভালেই ।

👉মিথুন ৰাশি(ক,ঘ,ছ) -মানসিক চিন্তা ।স্বাস্থ্যৰ প্ৰতি যতন লব ।যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি কৰিব ।কৰ্মত বাধা আহিব পাৰে ।  শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হব পাৰে । পাৰিবাৰিক অশান্তি হব পাৰে । প্রিয় বন্ধুৰ লগত বিবাদ হব পাৰে ।বিদ্যাৰ্থীৰ সকলৰ বাবে পঢ়াৰ ক্ষেত্ৰত মধ্যম ।

👉 কৰ্কট ৰাশি(ড, হ)--আজি দিনটোত বন্ধুৱে সহায় কৰিব পাৰে ।যিকোনো বিষয়ত তৰ্ক নকৰিব । মানসিক আশান্তিত ভুগিব পাৰে ।-ব্যৱসায়ত শুভ ।বহু দিনীয়া আশা পূৰণ হব পাৰে । কৰ্মত উন্নতি দেখা যায় । বিদ্যাৰ্থীৰ সকলে পঢ়াত মন দিয়ক ।

👉 সিংহ ৰাশি (ম,ট) - কঁকালৰ বিষ বেদনা বাঢ়িব  ।স্বাস্থ্যৰ প্ৰতি যতন লব । ব্যৱসায়ত শুভ মধ্যম ।স্বামী-স্ত্ৰীৰ মাজত বিবাদ ।প্ৰেমত বদনাম আহিব পাৰে । ভাতৃৰ মাজত সম্পত্তিক লৈ বিবাদ হব পাৰে ।

👉কন্যা ৰাশি(প,ঠ)  - -আজি দিনটোত প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা যায় । পিতৃ-মাতৃ শৰীৰ ইমান ভালে নাযাব ।শত্ৰুৰ পৰা এৰাই চলক । ব্যৱসায়ত শুভ ।পঢ়াত ভালেই ।মনতে ভাবি থকা কাম সিদ্ধি হব পাৰে ।

👉তুলা ৰাশি(ৰ,ত) -  সিদ্ধি লাভ ।ব্যয়সায়ত মধ্যম । শৰীৰ যতন লওক।বন্ধুৰ লগত বিবাদ ।শত্ৰুৰ পৰা সাৱধানে চলিব ।সন্তানৰ ক্ষেত্ৰত মধ্যম ।কৰ্মত সাফল্য হব ।যান - দুচকীয়া বাহনৰ পৰা সাৱধানে থাকিব ।প্ৰেমত জটিলতা ।

👉 বৃশ্চিক ৰাশি(ন,য)  - মানসিক চিন্তা ।বহু দিনীয়া আশা পূৰণ হব পাৰে ।ব্যৱসায়ত শুভ ।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত ইমান ভাল নহয় । সন্তানৰ বাবে খৰচ বৃদ্ধি ।

👉ধনু ৰাশি(ধ, ফ,ভ)- ব্যয়সায়ত উন্নতি ।সামাজিক কামত দায়িত্ব বাঢ়িব পাৰে ।কৰ্মত মন দিয়ক ।বিদ্যাত বেয়া নহয় ।  আপুনি ভবা দৰে উন্নতি নহবও পাৰে ।কৰ্মত মন দিয়ক ।

👉মকৰ ৰাশি -(জ,খ) পুৰণা  স্মৃতি মনত নেপেলোৱাই ভাল । শৰীৰ ইমান ভাল নহয় । নাৰ্ভৰ ৰোগ বৃদ্ধি পাব  । কৰ্মত অশান্তি ভাব থাকিব ।অৰ্থ ব্যয় হব পাৰে ।পুৰণি ৰোগে মনত অশান্তি দিব পাৰে ।ব্যৱসায়ত মধ্যম ।জেদ,অহংকাৰ ভাব ত্যাগ কৰক । 

👉 কুম্ভ ৰাশি (গ,শ,স)-  যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি আগবাঢ়িব ।বন্ধুৱে বিপদত পেলাব পাৰে ।আৰ্থিক দিশত ইমান ভাল নহয় ।প্ৰেমত মধ্যম ।

👉 মীন ৰাশি(দ, চ) ভ্রমনৰ ক্ষেত্ৰত শুভ ।-সম্পত্তি লাভ দেখা যায় । বহুদিনীয়া আশা পূৰণ হব ।শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত ভাল দৰে মন দিয়ক ।গৃহত নিজৰ মানুহৰ লগত বিবাদ হব পাৰে  ।  অপযশ পাব পাৰে ।

(জ্যোতিষী দীপজ্যোতি শইকীয়া
 ➡ নতুন বজাৰ,নগাঁও(অসম)

0/Post a Comment/Comments

Stay Conneted

Boxed Version