এইবাৰ ছবিঘৰলৈ আহি আছে নতুন অসমীয়া ছবি ৰঘূপতি

New Assamese film raghupati

এইবাৰ ছবিঘৰলৈ আহি আছে নতুন অসমীয়া ছবি ৰঘূপতি 

অসমীয়া চিনেমাৰ জগতখনৰ এক ভাল দিন পৰিলক্ষিত হৈছে। মিছন চাইনাৰ পৰা আৰম্ভ কৰি, কাঞ্চনজংঘা, ৰত্নাকৰ ৰ বিৰল সাফল্যৰ পিছত ছবিঘৰত আহি আছে একালৰ একচন কিং ৰবি শৰ্মাৰ অভিনীত নতুন ছবি "ৰঘূপতি"। বহুদিনৰ বিৰতিৰ অন্তত সাজু হৈছে অভিনেতা ৰবি শৰ্মা। এতিয়া মুৰ তুলি উঠিছে অসমীয়া চলচিত্ৰই। অসমীয়া ছবিক যে অসমীয়াই আকৌ আকোৱালি লৈছে তাত কোনো সন্দেহ নাই। নতুন ছবিখনত দুৰ্দান্ত একচনৰ দৃশ্যত দেখা যাব অভিনেতা ৰবি শৰ্মাক। ইতিমধ্যে মুকলি কৰা ছবিখনৰ অফিচিয়েল পষ্টাৰে ছবিখনৰ প্ৰতি আলোড়ন সৃষ্টি কৰিছে দৰ্শকৰ মাজত।
Assamese raghupati film by ravi sarma

শুভ্ৰত কাকতিয়ে পৰিচালনা কৰিবলগীয়া ছবিখনৰ প্ৰথমখন পষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। ৰবি শৰ্মাৰ উপৰিও ৰঘূপতিত অভিনয় কৰিছে অভিনেত্ৰী অম্ৰিতা গগৈ, বিশিষ্ট অভিনেতা অৰুণ নাথ আদিৰ দৰে শিল্পীয়ে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version