Assamese rashifol today দৈনিক অসমীয়া ৰাশিফল
তাৰিখ ইং ২০ অক্টোবৰ,২০১৯(ৰবিবাৰ)
👉মেষ ৰাশি(অ,আ,ল): ভ্ৰমণৰ যোগ আছে ।সমাজত সন্মান লাভ হব ।শৰীৰত কষ্ট ।ব্যৱসায়ত মন দিয়ক । ঘৰুৱা চিন্তাই অৱশ কৰিব ।প্ৰেমত ইমান বেয়া নহয় ।দিনটো সতৰ্ক হৈ চলক । পঢ়াত মন দিয়ক ।
👉বৃষ ৰাশি(ই,উ, ব): আনৰ সমালোচনা নকৰাই উত্তম । ব্যৱসায়ত উন্নতি ।অযথা চিন্তা নকৰাই ভাল ।এলাহ ভাব ত্যাগ কৰক ।বন্ধুৰ পৰা সঁহাৰি পাব । মাতৃ বাবে চিন্তা ।পঢ়াত মধ্যম ।প্ৰেমত ভালেই ।
👉মিথুন ৰাশি(ক,ঘ,ছ): যান-বাহনৰ পৰা সাৱধান ।গৃহত অতিথি আগমন । বিবাহৰ আলোচনা হব পাৰে ।ব্যৱসায়ত ভাল নহয় ।শত্ৰুৱে ক্ষতি কৰিব পাৰে ।পঢ়াত ভালেই । মাতৃৰ শৰীৰ প্ৰতি লক্ষ্য ৰাখিব ।
👉 কৰ্কট ৰাশি(ড, হ): ধনাগম ।সামাজিক কামত ব্যস্ত ।ব্যৱসায়ত মন দিয়ক । পঢ়াত ভালেই ।প্ৰেমত ইমান ভাল নহয় ।জেষ্ঠ্য জনৰ লগত বিবাদ হব পাৰে ।
👉 সিংহ ৰাশি (ম,ট): বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে ।অযথা চিন্তা নকৰাই ভাল । সন্তানৰ ভৱিষ্যত চিন্তা কৰক । পাৰিবাৰিক অশান্তি ।
পঢ়াত ভাল দৰে মন দিয়ক।প্ৰেমত মধ্যম ।
👉কন্যা ৰাশি(প,ঠ): সম্পদ লাভ । মনৰ আশা পূৰণ হব ।বন্ধুৰ পৰা সহায় পাব পাৰে ।মহিলা কৰ্ম চাৰি সকলৰ কৰ্ম স্থানত অশান্তি । পঢ়াত ভালেই ।নতুন প্ৰেমত উৎসাহ ।
👉তুলা ৰাশি(ৰ,ত): চাকৰি যোগ দেখা যায় । শৰীৰ ইমান ভালেই নাযাব ।ব্যয়সায়ত উন্নতি হব ।শত্ৰুৰ পৰা সাৱধানে চলিব । ছাত্ৰ-ছাত্ৰীৰ সুনাম ।পঢ়াত ভালেই ।প্ৰেমত জটিলতা ।
👉 বৃশ্চিক ৰাশি(ন,য): সম্পত্তি লৈ বিবাদ হব পাৰে ।গৃহত অশান্তি হব পাৰে ।ব্যৱসায়ত ভাল দৰে মন দিয়ক । মাতৃ শৰীৰ প্ৰতি যত্ন লব ।প্ৰেমত শুভ। পঢ়াত আগ্ৰহ ।
👉ধনু ৰাশি(ধ, ফ,ভ): শৰীৰৰ নিম্নাংশত বিষ বেদনা বাঢ়িব ।সমাজত সন্মান লাভ হব ।আত্মীয় লোকৰ পৰা মনত দুখ পাব পাৰে ।প্ৰেমত মধ্যম ।বিদ্যাত ভালেই দেখা যায় ।
👉মকৰ ৰাশি (জ,খ): ভাবি চিন্তি নিজৰ সিদ্ধান্ত লব ।সন্তানৰ বাবে চিন্তা ।সমাজত সন্মান হানি হব পাৰে । গোপন শত্ৰু বৃদ্ধি । সতৰ্ক হৈ চলক । ব্যৱসায়ত উন্নতি দেখা যায় ।পঢ়াত চেষ্টা ৰাখিব লাগিব ।
👉 কুম্ভ ৰাশি (গ,শ,স): গৃহত অশান্তি হব পাৰে ।সন্তানৰ বাবে মনত আনন্দ পাব পাৰে ।সাৱধানে চলিব ।বন্ধুৱে বিপদত পেলাব পাৰে ।ব্যৱসায়ত ভালেই ।পঢ়াত ভালেই ।
👉 মীন ৰাশি(দ, চ): ধন খৰছ ।আত্মীয় কামত ব্যস্ত ।কৰ্মত ভাল ফল পাব ।প্ৰেমত মধ্যম ।পঢ়াত ভাল দৰে মন দিয়ক । পুৰণি বন্ধু লগ পাব পাৰে ।
[[জ্যোতিষী দীপজ্যোতি শইকীয়া লগত যিকোনো সমস্যা বাবে যোগাযোগ কৰিব পাৰিব ।
জৌতিষী দীপজ্যোতি শইকীয়া [ (নতুন বজাৰ,নগাঁও(অসম)]


Post a Comment