মোদীয়ে বন্ধ কৰা নাই হোৱাটচএপ ভূৱা বাতৰিৰ পৰা আতৰি থাকক
বিশ্বজুৰি কিছু সময় ধৰি ডাউন হৈ আছে ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, WhatsApp আৰু ইনষ্টাগ্ৰাম। ফটো তথা ভিডিঅ’ আপলোড–ডাইনলোড কৰাত সমস্যাই দেখা দিছে। WhatsAppতো ফটো পোষ্ট কৰাৰ লগতে ডাউনলোডত সৃষ্টি হৈছে সমস্যাৰ। ইনষ্টাগ্ৰামতো ব্যৱহাৰকাৰী সকলে সন্মুখীন হৈছে অসুবিধাৰ।
WhatsAppত ব্যৱহাৰকাৰীয়ে ফটো, ভিডিঅ’ আৰু ডকুমেণ্ট শ্বেয়াৰ কৰাত সৃষ্টি হৈছে সমস্যাৰ। ইনষ্টাগ্ৰামতো ব্যৱহাৰকাৰীয়ে ইনষ্টা ষ্টৰী আৰু ফীড চাব পৰা নাই। অৱশ্যে টুইটাৰৰ ক্ষেত্ৰত সৃষ্টি হোৱা নাই কোনো সমস্যাৰ

Post a Comment