আপোনাৰ বাবে দিনটোৰ ৰাশিফল
ইং ২৩ অক্টোবৰ ২০১৯ , বুধবাৰজ্যোতিষী দীপজ্যোতি শইকীয়া
➡ নতুন বজাৰ,নগাঁও(অসম)
মেঘ ৰাশি (অ ,আ,ল ) : দিনটোত পেটৰ সমস্যাই অশান্তি দিব পাৰে ।মন চঞ্চল থাকিব ।ব্যৱসায় -বাণিজ্যত উন্নতি ।বহু দিনীয়া পাৰিবাৰিক অশান্তি সমাধান হব পাৰে । অযথা কোনো বিষয়ক লৈ তৰ্ক নকৰাই ভাল ।বিদ্যাত মধ্যম ।
বৃষ ৰাশি ( ব, ই,উ ) : শৰীৰৰ কোনো অংশত আঘাত পাব পাৰে ।দিনটোত সতৰ্ক হৈ চলক ।সন্তানৰ ক্ষেত্ৰত বেয়া নহয় । বিদ্যাৰ্থীৰ সকলৰ বাবে ইমান বেয়া নহয় । আজিৰ ধন হাতলৈ আহিব পাৰে। প্ৰেমত সতৰ্ক থাকিব নহলে প্ৰতাৰিত হব পাৰে ।
মিথুন ৰাশি (ক,ছ, ঘ): দিনটোত বাধা বিঘিনি আহিব পাৰে ।ব্যৱসায়ত ক্ষতি হব পাৰে ।স্ত্ৰীৰ লগত বিবাদ । সন্তানৰ ক্ষেত্ৰত ভালেই যাব ।নতুন কৰ্ম সন্ধান পাব পাৰে ।
কৰ্কট ৰাশি (ড, হ): ব্যৱসায় -বাণিজ্য কৰা সকলৰ বাবে দিনটোত শুভ ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত মধ্যম ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক ।
যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি কৰিব ।
সিংহ ৰাশি (ম,ট): শত্ৰু বৃদ্ধি ।শৰীৰ ইমান বেয়া নাযাব ।নিজৰ মানুহৰ লগত বিবাদ ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত শুভ ।ব্যৱসায়ত মতানৈক্য হব পাৰে । আজি দিনটো বন্ধুৰ পৰা এৰাই চলিব ।
কন্যা ৰাশি (প,ঠ): দিনটোত কষ্ট বিনিময়ত সুফল লাভ কৰিব পাৰিব । দিনটোত আপোনাৰ বাবে শুভ সংবাদ আহিব পাৰে ।ব্যৱসায় বাণিজ্য কৰা সকলৰ বাবে দিনটো শুভ ।বিদ্যাৰ্থীৰ সকলৰ বিদ্যা ক্ষেত্ৰত শুভ ।পুৰণা বন্ধু লগত বিবাদ হব পাৰে ।
তুলা ৰাশি (ৰ,ত): আজি দিনটোত সাৱধানে চলক । ব্যৱসায়ত উন্নতি । প্ৰেমত ইমান বেয়া নহয় ।বিদ্যাৰ্থীৰ সকলৰ বাবে শুভ ।
আত্মীয় লোকে বিশ্বাসঘাতক কৰিব পাৰে ।
বৃশ্চিক ৰাশি (ন,য): পাৰিবাৰিক চিন্তা । স্ত্ৰীৰ লগত মতানৈক্য । বিবাদৰ বাবে ক্ষতি হব পাৰে ।দিনটোত সাৱধানে চলক ।পেটৰ সমস্যাই বৰকৈ অশান্তি দিব । স্বাস্থ্যৰ প্ৰতি যতন লব ।বিদ্যাৰ্থীৰ সকলৰ পঢ়া ক্ষেত্ৰত ভালেই ।
ধনু ৰাশি(ধ, ফ,ভ): শৰীৰ প্ৰতি যতন লব । সন্তানৰ স্বাস্থ্যৰ বাবে যতন ৰাখক ।পাৰিবাৰিক সমস্যা সমাধান হব পাৰে ।দিনটোত নতুন কৰ্ম সন্ধান পাব পাৰে ।প্ৰেমত ভালেই ।ব্যৱসায়ত মধ্যম ।
মকৰ ৰাশি (জ,খ): ঘৰৰ মানুহৰ লগত অমিল থাকিব পাৰে ।মনত অশান্তি ভাব । শৰীৰ প্ৰতি যতন লওঁক ।
মনটো স্থিৰ কৰি ৰাখক । পুৰণি বেমাৰে শৰীৰত দেখা দিব ।সন্তানৰ পঢ়া ক্ষেত্ৰত নজৰ ৰাখক ।সঠিক সিদ্ধান্ত লবলৈ চেষ্টা কৰক ।
কুম্ভ ৰাশি ( গ,স,শ) : দিনটোত সামাজিক কামত ব্যস্ততা থাকিব পাৰে ।
ব্যয়সায়ত শুভ । মানসিক চিন্তা ।সম্পত্তি লৈ ভাই ককাই মাজত বিবাদ হব পাৰে।
বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত মধ্যয়ম।
মীন ৰাশি (দ, চ) : মনত ভাবি আশা পূৰণ নহবও পাৰে ।
মন উন্নত যদিও দিনটোত সতৰ্ক হৈ চলক । বন্ধুৰ লগত বিবাদ ।শৰীৰ অসুস্থতা ভাব থাকিব ।স্বাস্থ্যৰ প্ৰতি যতন লওঁক । ব্যাসায়ত মন দিয়ক ।বিদ্যাৰ্থীৰ সকলৰ বাবে বিদ্যাত শুভ ।
(জ্যোতিষী দীপজ্যোতি শইকীয়া লগত যিকোনো সমস্যা বাবে যোগাযোগ কৰিব পাৰিব ।)


Post a Comment