আজিৰ ৰাশি ফল today rashifol assamese
আজি ইং ২৪ অক্টোবৰ,২০১৯(বৃহস্পতিবাৰ)
জ্যোতিষী দীপজ্যোতি শইকীয়া
➡ নতুন বজাৰ,নগাঁও(অসম)
👉মেষ ৰাশি(অ,আ,ল) মাতৃ শৰীৰ ইমান ভালে নাযাব । ভ্রমনত বাধা আহিব পাৰে । আৰ্থিক দিশত শোচনীয় । প্ৰেমত ভালেই । সমাজত সন্মান লাভ ।দিনটো সতৰ্ক হৈ চলক । বিদ্যাত আগ্ৰহ ।
👉বৃষ ৰাশি(ই,উ, ব) জেদ ভাব ত্যাগ কৰিব । দিনটো ব্যস্ত থাকিব লগা হব পাৰে ।দিনটো সাৱধানে চলিব । অযথা চিন্তা নকৰাই ভাল হব । ভাতৃ লগত বিবাদ হব পাৰে ।পঢ়াত অমনোযোগিতা ।
👉মিথুন ৰাশি(ক,ঘ,ছ) চাকৰি যোগাযোগ হব পাৰে ।মনত আনন্দৰ পাব l ব্যৱসায়ত উন্নতি । বন্ধুৱে বিশ্বাস ঘাটক কৰিব পাৰে । পঢ়াত ভালেই ।
👉 কৰ্কট ৰাশি(ড, হ) পিতৃ শৰীৰ প্ৰতি যত্ন লব ।সন্মান লাভ ।ব্যৱসায়ত লোকচান ।কৰ্মত ভাল দৰে মন দিয়ক । প্ৰেমত ভালেই ।পঢ়াত মধ্যম ।
👉 সিংহ ৰাশি (ম,ট) সন্তানৰ যত্ন লব ।স্বামীয়ে মনত দুখ দিব । নিজৰ মানুহে বিশ্বাস ঘাটক কৰিব পাৰে ।প্ৰেমত জটিলতা ।শৰীৰত বিষ বেদনা দেখা দিব ।বিদ্যাত মধ্যম ।
👉কন্যা ৰাশি(প,ঠ) সম্পদ লাভ ।সন্তানৰ বাবে চিন্তা থাকিব । যিকোনো কৰ্ম কৰাৰ আগতে ভাবি চিন্তি লব ।পঢ়াত শুভ ।
👉তুলা ৰাশি(ৰ,ত) মনত দুখ ।প্ৰেমত জটিলতা ।পঢ়াত ভাল দৰে মন দিব লাগিব ।শৰীৰ ইমান ভালে নাযাব ।
👉 বৃশ্চিক ৰাশি(ন,য) যান বাহনৰ পৰা সাৱধান ।অযথা খৰছ ।ভাতৃৰ লগত বিবাদ হব পাৰে ।প্ৰেমত মধ্যম । পঢ়াত মধ্যম ।
👉ধনু ৰাশি(ধ, ফ,ভ) আত্মীয় লগত বিবাদ । কৰ্ম ক্ষেত্ৰত পদোন্নতি ।প্ৰেমত ভুল বুজা বুজি হব পাৰে।পঢ়াত মধ্যম । দিনটোৰ শেষৰ ভাগত শুভ সংবাদ পাব পাৰে ।
👉মকৰ ৰাশি (জ,খ) গোপন প্ৰেম প্ৰকাশ পাব পাৰে ।মনৰ অশান্তি। অহংকাৰ ভাব ত্যাগ কৰিব ।পঢ়াত শুভ ।
👉 কুম্ভ ৰাশি (গ,শ,স)-গৃহত অশান্তি । শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে । স্ত্ৰীৰ ৰোগত ধন অপব্যয় ।প্ৰেমত জটিলতা ।বিদ্যাত শুভ ।
👉 মীন ৰাশি(দ, চ) অৰ্থ ব্যয় । প্ৰেমত ভালেই । স্ত্ৰীৰ শৰীৰ প্ৰতি যতন লব ।পিতৃ শৰীৰ ইমান ভালে নাযাব পাৰে । পঢ়াত ভাল দৰে গুৰুত্ব দিব লাগিব ।
জ্যোতিষী দীপজ্যোতি শইকীয়া লগত যিকোনো সমস্যা বাবে যোগাযোগ কৰিব পাৰিব ।

Post a Comment