NRC ৰ দায়িত্বত নিয়োজিত ১৭গৰাকী ADCৰ বদলি প্ৰত্যাহাৰ।


NRC ৰ দায়িত্বত নিয়োজিত ১৭গৰাকী ADCৰ বদলি প্ৰত্যাহাৰ।

 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো লোকসভা নিৰ্বাচনৰ অজুহাত দেখুৱাই চৰকাৰে বদলি কৰিছিল NRCৰ দায়িত্বত নিয়োজিত ১৭গৰাকী অতিৰিক্ত উপায়ুক্তক। NRCৰ দায়িত্বত আছে একোজনকৈ ADC, যিসকলে পৰ্যবেক্ষণ কৰে দাবী-আপত্তিৰ পৰীক্ষণৰ কাম-কাজ। ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই NRCৰ দায়িত্বৰ পৰা ADCক আঁতৰাই নপঠাবলৈ আহ্বান জনাইছিল।NRCৰ কামত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীক অন্য কামত নিয়োজিত কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে দিছিল কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল।

0/Post a Comment/Comments

Stay Conneted

Boxed Version