ডিমৌত বিষাক্ত কাঠফুলা খাই নিহত ৬জনকৈ লোক।
ডিমৌত বিষাক্ত কাঠফুলা খাই নিহত ৬জনকৈ লোক।নিহত আটাইকেইজন লোক এটা পৰিয়ালৰে। নিহত দুৰ্গেশ্বৰ ভূমিজ, ভূৱন ভূমিজ, হৰেশ ভূমিজ, জোনমণি ভূমিজ, তিলেশ্বৰ ভূমিজ আৰু টিংকু ভূমিজ। বিষাক্ত কাঠফুলা খাই অসুস্থও দুগৰাকীকৈ মহিলা। হাস্পতালত চিকিত্সাধীন হৈ আছে মীনা ভূমিজ আৰু মাইনা ভূমিজ নামৰ মহিলা দুগৰাকী। বকতা চিকাৰীচুকত সংঘটিত হৈছে এই ঘটনা।


Post a Comment