ইথিওপিয়াত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান যত আছিল ৪ জন ভাৰতীয় নাগৰিক


ইথিওপিয়াত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান যত আছিল ৪ জন ভাৰতীয় 


ইথিওপিয়াত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান পুৱা ৮.৩৮ বজাত আদিছ ওবাবাৰ পৰা নেৰইবী অভিমুখে উৰা মাৰিছিল বিমানখন। জানিব পৰা মতে বিমান খনৰ ভিতৰত আছিল ৪ জনকৈ ভাৰতীয় নাগৰিক।এই কথা নিশ্চিত কৰিলে ইথিওপিয়ান এয়াৰলায়েঞ্চে। আজি পুৱা ইথিউপিয়াৰ আকাশতে ধ্বংসস্তূপত পৰিণত হৈছিল বয়িং ৭৩৭ যাত্ৰীবাহী বিমানখন।৮.৪৪ বজাত এয়াৰলাইনৰ সৈতে সংযোগ বিচ্ছিন্ন।তাৰ পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।বিমানখনৰ ভিতৰত আছিল ১৪৯ যাত্ৰী। নিহত হয় আটাইকেইজন লোক। পাইলটে চিগাৰেট সেৱন কৰাৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version