অভিনন্দন বৰ্তমানক পাকিস্তানে কিয় এৰি দিব লগা হ'ল তাৰ কাৰণটো জানেনে?

অভিনন্দন বৰ্তমানক পাকিস্তানে কিয় এৰি দিব লগা হ'ল তাৰ কাৰণটো জানেনে?


১৮৬৪ চনত পোন প্ৰথম বাৰ জেনেভা চুক্তি হৈছিল । তাৰ পিচত ১৯০৬ চনত আৰু ১৯২৯ চনত । ১৯৪৯ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ পিচতেই ১৯৪ খন দেশে যুদ্ধবন্দী সকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে এই সন্ধিপত্ৰত সাক্ষৰ কৰিছিল । এই চুক্তিৰ কেইটামান মূল কথা হ'ল

   এই চুক্তি মতে , যুদ্ধবন্দীৰ সৈতে কোনো ধৰনৰ অমানুষিক অত্যাচাৰ বা অপমানজনক ব্যবহাৰ লগতে তেওঁলোকক ভীতিগ্ৰস্ত কৰিব নোৱাৰিব ।

  এই সন্ধিপত্ৰত চাৰিটা মূল সন্ধি আৰু তিনিটা মূল আদৰ্শ নীতি (protocol ) উল্লেখ আছে ; য'ত এখন আইনপ্ৰনয়ন  কৰা হৈছে  আৰু তাত উল্লেখ আছে যে যুদ্ধ বন্দীৰ মানবীয় অধিকাৰত কোনেও নিজৰ বল সাব্যস্ত কৰিব নোৱাৰিব ।

  এই সন্ধিপত্ৰত সেন্যসকলৰ লগতে নাগৰিক আৰু আহত ব্যক্তিসকলৰ বাবেও সুৰক্ষাৰ ব্যবস্হাৰ কথা উল্লেখ আছে ।যুদ্ধবন্দীক ৭দিনৰ ভিতৰত নিজৰ দেশলৈ সসন্মানে ঘূৰাই পথাব লাগিব ।এই আন্তৰাষ্টীয় সন্মিলনীত যি নিয়ম আৰু আদৰ্শৰ কথা উল্লেখ আছে তাক ১৯৪ খন দেশে মানি চলিবই লাগিব ।

  এই চুক্তিত উল্লেখ আছে যে ইলেক্ট্ৰনিক মাধ্যমত বা সংবাদ মাধ্যমত যুদ্ধবন্দীৰ মাৰ পিতৰ কোনো ভিডিঅ বা ছবি অথবা তেওঁৰ বিষয়ে যিকোনো গুপুত কথা জনাব নোৱাৰিব ।

   যুদ্ধবন্দীসকলক কোনো ধৰনে ভীতিগ্ৰস্ত কৰি প্ৰতাৰিত কৰিব নোৱাৰিব । তেওঁলোকৰ নাম , ক'ড নাম্বাৰ আৰু তেওলোকৰ পদমৰ্য্যাদাহে জনাব পাৰিব যাতে তেওঁলোক আন কোনো ধৰনৰ অসুবিধা বা বিপদৰ সন্মুখিন নহয় ।

   এই আন্ত ৰাষ্ট্ৰীয় চুক্তি মতে ,যিখন দেশে বন্দী বনাই সেই বন্দীজনৰ অপৰাধৰ বাবে কৰ্টত গোচৰ তৰিব পাৰিব কিন্ত্ত হিংসাত্মক কাৰ্যকলাপ কৰিব নোৱাৰিব ।

   কোনো দেশেই যুদ্ধবন্দীৰ জাতি ধৰ্মক লৈ লগতে বৰণ লৈও কোনো ধৰনৰ উত্তেজক মন্তব্য আৰু প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব । তাৰোপৰি বন্দীজনৰ নাম , নাম্বাৰ আৰু পদ মৰ্যাদাৰ বাহিৰে  দেশৰ আভ্যন্তৰীণ গুপুত কথা সুধিব নোৱাৰিব ।

   যুদ্ধবন্দীৰ শাৰিৰীক আৰু মানসিক দুয়োটা দিশৰে সম্পূৰ্ণ খিয়াল ৰাখিব লাগিব । তেওঁলোকক পুস্তিকৰ খোৱাবোৱা দিব লাগিব । তাৰোপৰি তেওঁলোকৰ দ্বাৰা কোনো কাম কৰাব

0/Post a Comment/Comments

Stay Conneted

Boxed Version