CAB সমৰ্থন কৰা কোনো দলৰ সৈতে মিত্ৰতা নহয়: প্ৰফুল্ল কুমাৰ মহন্ত


CAB সমৰ্থন কৰা কোনো দলৰ সৈতে মিত্ৰতা নহয়: প্ৰফুল্ল কুমাৰ মহন্ত


এইবাৰ মুখ খুলিল প্ৰফুল্ল কুমাৰ মহন্তই।  CAB সমৰ্থন  কৰা কোনো দলৰ সৈতে মিত্ৰতা নহয়, মিত্ৰতাক লৈ অগপৰ মজিয়াত আলোচনা হোৱা নাই, মিডিয়াত প্ৰচাৰিত হোৱাৰ দৰে মোৰ ব্যক্তিগত চৰ্ত নাই।’– বিজেপিৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য অগপ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

 ‘অসম চুক্তিৰ বিৰোধিতা কৰাসকলৰ লগত চামিল নহওঁ, মই ব্যক্তিগতভাৱে এই কথা কেতিয়াওসমৰ্থন নকৰো, দল বিভাজন হোৱাটোও মই নিবিছাৰোঁ।’– 

নগাঁৱত এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক 

0/Post a Comment/Comments

Stay Conneted

Boxed Version