চিগাৰেট ক্ৰয়ৰ নূন্যতম বয়স কিমান হব পাৰে?



চিগাৰেট ক্ৰয়ৰ নূন্যতম বয়স কিমান হব পাৰে?


আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই প্ৰদেশত চিগাৰেত সেৱন লাহে লাহে কঠোৰ হৈ আহিছে৷ প্ৰদেশখনে ২০২৪ চনৰ ভতৰত চিগাৰেট ক্ৰয়ৰ বাবে বয়সৰ নিম্ন সীমা ১০০ বছৰ কৰিবলৈ নতুন আইন প্ৰণয়নৰ যো-জা কৰিছে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৱায়ে চিগাৰেত সেৱন  অতি কঠোৰ৷ ২০১৬ চনত প্ৰদেশখনে চিগাৰেট ক্ৰয়ৰ বাবে বয়সৰ নিম্ন সীমা ২১ বছৰ কৰা হৈছিল৷ নতুন বিধেয়কখনত অহা বছৰ চিগাৰেট ক্ৰয়ৰ বাবে বয়সৰ নিম্ন সীমা ৩০ বছৰ, পৰৱৰ্তী বছৰবোৰত ক্ৰমে ৪০, ৫০, ৬০ বছৰ কৰি কৰি ২০২৪ চনত এই সীমা ১০০ বছৰলৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে৷

ইফালে আমেৰিকাৰ আইনত ধুম্ৰ পানৰ বয়সৰ নিম্ন সীমা ১৮ বছৰ৷

0/Post a Comment/Comments

Stay Conneted

Boxed Version