১০ টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নামৰ তালিকা প্ৰস্তুত:
বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকাত ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ৷ ১৬ তাৰিখে ঘোষিত হ’ব প্ৰাৰ্থীৰ নাম সংবাদ মাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে৷
ডিব্ৰুগড়ত : ৰামেশ্বৰ তেলী, পুলক গোঁহাই৷
যোৰহাটত : তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, লক্ষ্য কোঁৱৰ, শান্তনু গগৈ৷
লখিমপুৰত : প্ৰদান বৰুৱা, হৰেন দেউৰী৷
তেজপুৰত: হিমন্ত বিশ্ব শৰ্মা৷
নগাঁৱত : ৰূপক শৰ্মা, ৰাজেন গোঁহাই৷
গুৱাহাটীত : বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি, কুইন ওজা আৰু ৰূপম গোস্বামী৷
মঙলদৈত : ৰমেন ডেকা, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা৷
ডিফু : হৰেণ সিং বে, বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী৷
শিলচৰ : ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য৷
কৰিমগঞ্জ : কৃপানাথ মল্লা, অমৰেশ ৰায়৷


Post a Comment