কেনেদৰে জীৱন অতিবাহিত কৰিব আপুনি?



কেনেদৰে জীৱন অতিবাহিত কৰিব আপুনি?


মাইকেল জ্যাকচনে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল ।
কাৰোবাৰ লগত কৰমৰ্দন কৰোতে গ্লোভ্স পিন্ধিছিল, মুখতমাস্ক লগাইছিল।
নিজৰ স্বাস্থ্যৰ বাবে ঘৰতেই ১২ জন ডাক্তৰ নিযুক্তি দি থৈছিল, যি সকলে তেওঁৰ মুৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে সদায় পৰীক্ষা কৰিছিল। আহাৰ লেবৰেটৰিত পৰীক্ষা কৰি খুৱোওৱা হৈছিল।
প্রতিদিন ব্যায়াম কৰাবলৈ ১৫ জনকৈ মানুহ আছিল।
মাইকেল জ্যাকচন ১৫০ বছৰ জীয়াই থকাৰ লক্ষ্যৰে আগবাঢ়ি আছিল।
Oxygen যুক্ত বিচনাত শুইছিল।
নিজেৰ বাবে Organ Donar ৰেডি কৰি থৈছিল।যি সকলৰ সকলো খৰচ নিজে বহন কৰিছিলসমস্ত ,যাতে হঠাৎ প্ৰয়োজন হলে তেওঁলোকে Kidney, Lungs,Eye etc organ মাইকেলক দিব পাৰে।
নোৱাৰিলে। হাৰি গ'ল। মাত্র ৫০ বছৰীয়া জীৱনত।
25th June 2009 চনত তেওঁৰ হৃদপিণ্ড স্তব্ধ হৈ গ'ল।
নিজৰ ঘৰত থকা ১২ জন ডাক্তৰৰ চেষ্টাই কোনো কামত নাহিল।
Los Angeles, California ৰ সকলো ডাক্তৰ একেলগে চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে।
জীবনৰ শেষৰ  ২৫ বছৰ ডাক্তৰৰ  পৰামর্শ নোলোৱাকৈ এখোজো আগ নাবাঢ়িছিল।।
যি নিজকে ১৫০ বছৰ জীয়াই থকাৰ স্বপ্ন দেখুৱাইছিল । তেওঁৰ  স্বপ্ন আধৰোৱা হৈ থাকিল।
মাইকেল জ্যাকচনৰ অন্তিমযাত্রা 2.5 million মানুহে Live দেখিছিল, যি  আজিলৈকে আটাইতকৈ ডাঙৰ Live telecast আছিল। তেওঁৰ মৃত্যুৰ দিনা অর্থাৎ 25th June 2009, 3.15pm Wekipedia, Twitter, AOL's Instant messagenger বন্ধ হৈ গৈছিল। Google ত ৮ lakh লোকে একেলগে মাইকেল জ্যাকচন সার্চ কৰিছিল। অতিৰিক্ত সার্চৰ বাবে Google traffic জেম হৈ গৈছিল, প্রায় আঢ়ৈ ঘণ্টা Google সাৰ্চ ইঞ্জিন বন্ধ হৈ পৰিছিল।
মৃত্যুক চেলেঞ্জ কৰিবলৈ  গৈ নিজেই চেলেঞ্জৰ ওচৰত হাৰ মানিলে।

সজোৱা পৃথিৱীৰ,সজাই থোৱা জীৱনে স্বাভাবিক মৃত্যুৰ সলনি  সজোৱা মৃত্যুকেই আলিঙ্গন কৰে।এইটুৱেই নিয়ম।

গতিকে কথাটো হ'ল, আমি
নিজৰ আনন্দৰ  বাবে সময় দিয়া উচিত । আমি কোনোৱেই কোনো সম্পত্তিৰ মালিক নহয়, কেবল কিছু কাগজপত্রত অস্থায়ীৰূপে আমাৰ নাম লিখা থাকে।
যেতিয়া আমি কওঁ "এই খিনিৰ মালিক মই "
ইশ্বৰে তেতিয়া ব্যাঙ্গ হাঁহি হাঁহে।
ধনী হোৱা অপৰাধ নহয়,  মাত্র অর্থৰ বাবেই ধনী হোৱাটোহে অপৰাধ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version