Homeঅসম ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ জগদীশ ক্লথ ষ্টৰত অগ্নিকাণ্ড অসম ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ জগদীশ ক্লথ ষ্টৰত অগ্নিকাণ্ড byগনমত অসম0 -March 09, 2019 ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ জগদীশ ক্লথ ষ্টৰত পুৱা অগ্নিকাণ্ড সংঘটিত হয় । যাৰ ফলত কাপোৰৰ দোকান দুখন সম্পূৰ্ণ ভস্মীভূত হয় । পিছত অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপন কৰা হয়। তলত ভিডিঅ' ফুটেজ দিয়া হৈছে বাতৰি- সপোনৰ ডিব্ৰুগড়
Post a Comment