পুনৰ বৃদ্ধি পালে পেট্ৰল ৰ মূল্য
- পুনৰ বৃদ্ধি পালে পেট্ৰল ৰ মূল্য।
- আজি প্ৰতিলিতাৰ পেট্ৰলত 9 পইচা বৃদ্ধি।
- 9 পইচা বৃদ্ধি হোৱাৰ পিছত গুৱাহাটীত প্ৰতি লিতাৰ পেট্ৰল দাম হয় ৭১.৯৬ টকা। আৰু প্ৰতি লিতাৰ ডিজেল ৰ মূল্য ৬৮.০৯ টকা।
- কিন্তু ডিজেলৰ মূল্যৰ কোনো সালসলনি হোৱা নাই।
Post a Comment