ভাৰতীয় সেনাৰ বাবে ১০ লাখ নতুন হেণ্ড গ্ৰেণেড ক্ৰয়



ভাৰতীয় সেনাৰ বাবে ১০ লাখ নতুন হেণ্ড গ্ৰেণেড ক্ৰয়


পলুৱামাৰ আত্মঘাটি আক্ৰমণৰ পিছত ভাৰত চৰকাৰ সম্পূৰ্ণ ৰূপে সেনাৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। ভাৰত আৰু পাকিস্থানৰ মাজত চলি থকা অশান্তি পৰিস্থিতিৰ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ  আশংকাৰ বাবে ভাৰতীয় সেনাক আগত কৈ অধিক শক্তি শালি কৰি তুলিবলৈ  ভাৰত চৰকাৰে ১০ লাখ নতুন গ্ৰেনেট কিনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

ভাৰতীয় সেনাই বৰ্তমান ব্যৱহাৰ কৰা এইচ ই ৩৬ গ্ৰেণেডৰ পৰিবৰ্তে এই নতুন গ্ৰেণেড ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে এই গ্ৰেণেড ক্ৰয়ৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে ৫০০ কোটি বয় কৰিব বুলি জানিব পৰা গৈছে। 

0/Post a Comment/Comments

Stay Conneted

Boxed Version