ভাৰতীয় বায়ুসেনাত 'চিনুক' হেলিকপ্টাৰৰ অন্তৰ্ভুক্তি
ভাৰতীয় বায়ুসেনাই আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব অত্যাধুনিক 'চিনুক' হেলিকপ্টাৰ। 'ব'য়িং' নামৰ কোম্পানীয়ে নিৰ্মাণ কৰা এই হেলিকপ্টাৰখনৰ জড়িয়তে ১১ হাজাৰ কিলোগ্ৰাম পর্যন্ত অস্ত্ৰ আৰু সেনা জোৱান পৰিবহণ কৰিব পৰা যাব। উল্লেযোগ্য যে, ভাৰত-পাকিস্তান সীমান্তত এই হেলিকপ্টাৰখনে সেৱা আগবঢ়াই ভাৰতীয় সেনাক অধিক শক্তিশালী কৰি তুলিব।


Post a Comment