ৰাজেন গোঁহাইলৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ


ৰাজেন গোঁহাইলৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ


ৰাজেন গোহাঁইলৈ উচ্চ ন্যায়ালয়ৰ বৃহত্‍ সকাহ। গোহাঁইৰ বিৰুদ্ধে থকা নিম্ন আদালতৰ নিৰ্দেশ বাতিল। CJM আদালতৰ নিৰ্দেশ বাতিল গুৱাহাটী হাইক’ৰ্টৰ। আৰক্ষীক গোচৰ ল’বলৈ নিৰ্দেশ দিছিল CJM আদালতে। যৌন কেলেংকাৰী সন্দৰ্ভত গোচৰ ল’বলৈ দিছিল নিৰ্দেশনা। সংশ্লিষ্ট গোচৰত চূড়ান্ত প্ৰতিবেদন দিছিল আৰক্ষীয়ে, গুচৰীয়া পক্ষই ভুল বুজাবুজি হোৱা বুলি জনালে উচ্চ ন্যায়ালয়ক। গুচৰীয়া পক্ষৰ বক্তব্য শুনি নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰা হৈছে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version