গোৱালপাৰা জিলাৰ দুধনৈত বিধ্বংসী অগ্নিকাণ্ড
ডিজিটেল সংবাদ গণমত অসম: গোৱালপাৰা জিলাৰ দুধনৈৰ ষ্টাৰ জিমত বিধ্বংসী অগ্নিকাণ্ড । পুৱাই ষ্টাৰ জিমত লাগিল জুই। স্থানীয় লোকৰ মতে, শ্বৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাতৰ সন্দেহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
Post a Comment