অসমৰ বাবে সুখবৰ অসম বাংলাদেশৰ সীমান্তত হব গৈ আছে স্মাৰ্ট ফেন্সিঙ
অসমৰ বাবে এটা সুখবৰ। অসম বাংলাদেশৰ সীমান্তত হব গৈ আছে স্মাৰ্ট ফেন্সিঙ। ধুবুৰীৰৰ পৰা মানকাছৰ লৈ স্মাৰ্ট ফেন্সিঙ সম্পূৰ্ণ হৈছে। এই স্মাৰ্ট ফেন্সিঙত থাকিব মাটিৰ তলত অপ্টিকেল ফাইবাৰ চিষ্টেম। জলপথত চেন্সৰ মুক্ত ছ'নাৰ চিষ্টেম। শূন্যত থাকিব HIGH RESOLUTION কেমেৰা। আন্তঃৰাষ্ট্ৰীয় সীমাত থাকিব লেজাৰ চিষ্টেম। ইয়াৰ উপৰিও ফেন্সিঙ চোৱা ছিটা কৰিব ৬ তা নিয়ন্ত্ৰণ কক্ষয়। এই ফেন্সিঙ মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে।


Post a Comment