সাৱধান হওঁক PUBG য়ে মাতিছে মৃত্যু
আপুনি গেম খেলে নেকি, তেন্তে সাৱধান হওক।আমি নিজে বা ঘৰৰ সৰু লৰা ছোৱালীয়ে সকলোৱে মোবাইল লৈ গেম খেলি আজৰি সময় পাৰ কৰোঁ। কিন্তু আপুনি বা আপোনাৰ লৰা বা ছোৱালীয়ে গেম খেলোতে সাৱধান হব। মা দেউতাই গালি পৰাৰ নিচিনা আপুনি মোবাইল ৰ ভিতৰত সোমাই নাযাব।
গেম খেলি আজি মৃত্যু মুখৰ পৰা ৰক্ষা পৰিল মধ্য প্ৰদেশৰ এজন কিশোৰৰ।
মধ্য প্ৰদেশৰ এজন কিশোৰএ অনলাইন গ্ৰুপ হৈ PUBG খেলি থকা অৱস্থাত ঘটিল এই অঘটন । কিশোৰ টোৱে গেম টোত ইমানেই মগ্ন হৈ গৈছিল যে পানী বুলি এচিড এ সেৱন কৰিলে।
এই অঘটন হোৱাৰ পিছত পৰিয়ালৰ লোকে ততাটিয়াকৈ ওচৰৰ অসামৰিক চিকিৎসা কেন্দ্ৰত ভৰ্ত্তি কৰে আৰু প্রায় ১০ ঘণ্টা চিকিৎসকৰ অস্ত্ৰোপচাৰ ৰ পিছত কিশোৰ জনৰ প্ৰাণ ৰক্ষা পৰে।


Post a Comment