যৌতুকৰ বাবে নিসংগ ভাবে হত্যা কৰিলে দুটা সন্তান থকা মাতৃক


যৌতুকৰ বাবে নিসংগ ভাবে হত্যা কৰিলে দুটা সন্তান থকা মাতৃক

যৌতুক দিয়া বা লোৱাতো আইন গত অপৰাধ বুলি জনা পিছতো এনে এক জঘন্য কাণ্ড সংঘটিত হয় গুৱাহাটী গিতানগৰ সমীপৰ পানিপথত। যৌতুক বিচাৰি স্বামীয়ে প্ৰাণ ললে দুটা সন্তান থকা মাতৃক। স্বামীয়ে লাঠীৰে কোবাই কোবাই হত্যা কৰিলে দুটা সন্তানৰ মাতৃক। অসম আৰক্ষীয়ে মূল অভিযুক্ত গৰাকীক ধৰিব সক্ষম হৈছে। এই জঘন্য ব্যক্তি জনৰ নাম চফিজুল আলি। বৰ্তমান তেওঁ নুনমাটি আৰক্ষীৰ কৱলত আছে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version