পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন

loading...

পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন 


জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি।পুনৰ যুদ্ধ বিৰতি উলংঘন কৰিলে পাক সেনাই।ৰাজৌৰি জিলাৰ নৌচেৰা চেক্টৰত পাক সেনাৰ গুলিবৰ্ষণ। আবেলি ২.৪৫ বজাত ধাৰাষাৰ গুলিবৰ্ষণ কৰে পাক সেনাই।তাৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।

0/Post a Comment/Comments

Stay Conneted

Boxed Version