গোৱালপাৰা শিমলীতলাত এক ভয়াবহ পথ দুর্ঘটনা
গোৱালপাৰা জিলাৰ শিমলীতলা পালপাৰাত এক ভয়াবহ পথ দুৰ্ঘটনা। টেক্টৰ আৰু বাইক ৰ মাজত মুখা মুখি সংঘৰ্ষ। বাইক আৰোহি জনৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে।বাইক আৰোহি জনক গোৱালপাৰা অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ প্ৰেৰণ কৰে।ঘটনা স্থলীত ৰাইজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কিছু লোকে টেক্টৰ খন জ্বলাই দিব ওলাই যদিও ঘটনা স্থলীত শিমলীতলা আৰক্ষী চকী উপস্থিতহৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।


Post a Comment