অসমৰ ৰেল যাত্ৰীৰ বাবে এক সুখবৰ
ডিজিটেল সংবাদ গণমত অসম: অসমৰ ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ। ৰে’ল মানচিত্ৰত এক নতুন সংযোজন। দুই দশকজোৰা প্ৰতীক্ষাৰ অন্ত পৰাৰ পথত নৱনিৰ্মিত গৌৰীপুৰ-আলমগঞ্জ-বিলাসীপাৰা ৰে’লপথত এতিয়া চলিব ৰে’ল। ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথটোত বুধবাৰে চলিব ৰে’ল।পৰীক্ষামূলকভাৱে ৰে’লপথটোত চলিব এই ৰে’ল। ইয়াৰ বাবে বিলাসীপাৰাত উপস্থিত হৈছে ৰে’ল বিভাগৰ শীৰ্ষ বিষয়ববীয়া।


Post a Comment