এইয়া গণতন্ত্ৰৰ উৎসৱ


       এইয়া গণতন্ত্ৰৰ উৎসৱ

এইবাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৯০ কোটি, মুঠ ১০ লাখ ভোটকেন্দ্ৰত হ’৸ব ভোটগ্ৰহণ, ১৮–১৯ বছৰত ডেৰ কোটি ভোটাৰ, ১.৬০ কোটি চাকৰিয়াল ভোটাৰ, ৫ বছৰত বৃদ্ধি পাইছে ৭ কোটি ভোটাৰ, বিগত বছৰত ভোট কেন্দ্ৰ আছিল ৯ লাখ।’– সংবাদমেলত এই মন্তব্য মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ। ‘EVMত থাকিব প্ৰাৰ্থীৰ ফটো, ৭টা পদ্ধতিৰে ভোটদান কৰিব পাৰিব ভোটাৰে, ভোটাৰৰ বাবে মুকলি কৰা হৈছে ট’ল ফ্ৰী নম্বৰ 1950, আচৰণবিধি উলংঘা কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা, নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউড স্পীকাৰ বন্ধ ৰাখিব লাগিব, বিধিভংগ আপত্তি দৰ্শাবৰ বাবে মোবাইল এপৰ জৰিয়তে অভিযোগ দিব পাৰিব ভোটাৰে, পেইড নিউজৰ ওপৰত চকু ৰাখিব আয়োগে, সকলো ভোটকেন্দ্ৰতে থাকিব VVPATৰ ব্যৱস্থা, এইবাৰো EVMত থাকিব NOTA OPTION, ছচিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব।’– দিল্লীত এই ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version