ৰাষ্ট্ৰীয় খবৰঃ
সমগ্ৰ দেশজুৰি হৈ আছে শিৱপূজা। আৰু তাৰ মাজতে পাকিস্তানে এই দিনটোও নেৰিলে। অসমীয়াত এষাৰ কথা আছে "কুকুৰৰ নেজ যিমানে বালিত পুতি নথওক কিয় কেতিয়া তাৰ নেজ পোন নহয় "। ঠিক সেইদৰে পাকিস্তানে ভাৰতৰ পৰা ইমান খিনি শিক্ষা পোৱাৰ পিছতো তেওঁলোকৰ কূটনীতিবোৰ এৰিব পৰা নাই । পাকিস্তানে M-16ৰ পিছত পুনৰবাৰ ভাৰতীয় বায়ুসেনাক লক্ষ্য কৰি এখন দ্ৰোণ নিক্ষেপ কৰে। আজি দিনৰ প্ৰায় 11.30 মান বজাত ৰাজস্থানৰ বায়ুসেনাৰ সীমাত এখন দ্ৰোণ দেখা পায় তাত কৰ্মৰত বায়ুসেনা জোৱান সকলে । তেওঁলোকে Sukhoi 30MKI ৰ জৰিয়তে মিছাইল প্ৰেৰণ কৰি আকাশতে দ্ৰোণ খন নষ্ট কৰে । পিছত দ্ৰোণ খনৰ ভগ্নাংশৱেশ পাকিস্তানৰ সীমাত পৰে।--Rajasthan: At 11:30 am today a Sukhoi 30MKI shot down a Pakistani drone at the Bikaner Nal sector area of the border. Drone was detected by Indian Air Defence radars pic.twitter.com/Ijc4B4XzjN - -ANI (@ANI) March 4, 2019
26 ফেব্ৰুৱাৰী দিনা যেতিয়া ভাৰতীয় বায়ুসেনাই বায়ু ধৰ্মঘট (air strike) কৰিছিল তাৰ কিছু সময়ৰ পিছতে পাকিস্তানে গুজৰাটৰ সীমাত দ্ৰোণ নিক্ষেপ কৰিছিল তেতিয়াও বায়ুসেনাই মিছাইল যোগে দ্ৰোণখন ধ্বংস কৰিছিল ।
সেইবাবেই জ্ঞানীলোকে কয়।
"বুজাক বুজাবি আকাৰ ইংগিতেৰে , নুবুজাক বুজাবি গৰু পিটনেৰে "
তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন । কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।




Post a Comment