হেকাৰ্চৰ কবলত ভাৰতীয় জনতা পাৰ্টি (BJP) ৰ ৱেবছাইট


ভাৰতীয় জনতা পাৰ্টি  (BJP) ৰ ৱেবছাইটো হেক হৈছে। হেকাৰে ৱেৱছাইটটো হেক কৰি তাত নানা Narendra Modi ৰ meme ফটো ৰ লগতে নানা অশ্লীল শব্দ পোষ্ট কৰিছে। ইয়াৰ পিছতে ৱেবছাইটত error 522 দেখিবলৈ পোৱা যায় আৰু তাৰ তলত connection timeout বুলি মেছেজ আহে।

সি যি কি নহলেও বিজেপিৰ IT টীমে হেকাৰৰ হাতৰ পৰা ৱেবছাইটটো মুক্ত কৰিবলৈ সক্ষম হয়। আৰু এতিয়ালৈকে ইয়াক মেইনটেইন কৰি থকা হৈছে।


Error 522  ৰ মানে ৱেবছাইটৰ ডাটা cloudflare নামৰ আমেৰিকাৰ কোম্পানী যিয়ে নেটৱৰ্ক চাৰ্ভিছ দিছে সেয়া ৱেব চাৰ্ভাৰলৈ  গৈ পোৱা নাই। অৰ্থাৎ নেটৱৰ্ক চাৰ্ভিছ দিয়া কোম্পানী আৰু মুল চাৰ্ভাৰত সংযোগ বিচ্ছিন্ন হৈ আছে।

অতি শীঘ্ৰেই আকৌ সকলো আগৰদৰে হব।

স্মৰ্তৱ্য যে February 20, তো BJP'ৰ ছত্তীছগঢ় ৰ website টো হেকাৰৰ কবলত পৰিছিল। 

0/Post a Comment/Comments

Stay Conneted

Boxed Version