BJP সাংসদ আৰু MLA ৰ মাজত চলিল মাৰপিট

BJP সাংসদ আৰু  MLA ৰ মাজত চলিল মাৰপিট

এখন গুৰুত্বপূৰ্ণ বৈথকত   উত্তৰ প্ৰদেশৰ ৰ BJP সাংসদ আৰু  MLA ৰ মাজত চলা মাৰপিট ৰ লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। সেই সময়ত মিনিষ্টাৰ আৰু অন্য অধিকাৰী সকলো তাত উপস্থিত আছিল।

শাৰদ ত্ৰিপাঠী সন্ত কবীৰ নগৰৰ সাংসদ আৰু ৰাকেশ সিংহ  বঘেল বিধায়ক। জিলা কাৰ্য যোজনা সমিতিৰ  এখন জিলা বৈঠক চলি থকাৰ মাজত সাংসদ গৰাকীয়ে ৰাষ্টাৰ উন্নয়নৰ লিষ্টত নিজৰ নাম নেদেখি তৰ্কাতৰ্কি কৰিবলৈ ধৰে।

দুয়োৰে মাজত কিছু তৰ্ক বিতৰ্ক চলি শেষত মুখৰ কথা শৰীৰলৈ বিয়পে। হতাহাতি  এজনে আনজনক জোতাৰে  কোবোৱা দেখি তাত উপস্থিত সকলো আচৰিত হয়।
শেষত মন্ত্ৰী আৰু কালেক্টৰ জনে দুয়োজনক  পৰিস্থিতি শান্ত কৰে

তলত ভিডিঅটো দিয়া হৈছে




ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক 

0/Post a Comment/Comments

Stay Conneted

Boxed Version