আমি অসম বাংলাদেশী মুক্ত কৰিম - হুংকাৰ প্ৰবীণ ভাই টোগাড়িয়াৰ


এইবাৰ হুংকাৰ প্ৰবীণ ভাই টোগাড়িয়াৰৰ 

গুৱাহাটীত অনুষ্ঠিত হৈ যায় নৱ নিৰ্মিত হিন্দুস্তান নিৰ্মাণ দলৰ কাৰ্যকৰ্তা সন্মিলন। অনুষ্ঠানত অংশগ্ৰহণ কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই কয়, আমি অসমৰ পৰা সকলো বাংলাদেশীক মুক্ত কৰিম, এটাও বাংলাদেশীক থাকিবলৈ নিদিও অসমত।
          বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ কৰিব নোৱাৰা কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰি তেওঁ লগতে কয় যে, অযোধ্যাত আমিয়েই নিৰ্মাণ কৰিম ৰাম মন্দিৰ। তাৰোপৰি আগন্তুক লোকসভা নিৰ্বাচন ত অসমৰ আটাইকেইটা লোকসভা সমষ্টিতে তেওঁৰ  দলে প্ৰতিদ্বন্দ্বী কৰিব বুলি জানিব দিয়ে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version