৬ ডিচেম্বৰত আহিব প্ৰতিঘাত new assamese film pratighat

New assamese film pratighat

৬ ডিচেম্বৰত আহিব প্ৰতিঘাত new assamese film pratighat

কাঞ্চনজংঘা, ৰত্নাকৰৰ বিৰল সাফল্যৰ পিছত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ফিল্ম প্ৰতিঘাত। কাঞ্চনজংঘা, মিছন চাইনাত মুখ্য সহকাৰী পৰিচালকৰ কাম কৰা অচিন্ত শংকৰৰ প্ৰতিঘাত অহা ৬ ডিচেম্বৰ ২০১৯ ত মুক্তি পাব

Watch trailer of pratighat

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ (amrita gogoi) আৰু দিগন্ত হাজৰিকাই। অনান্য মুখ্য চৰিত্ৰত অভিনয় কৰিছে, শিশু শিল্পী আশ্ৰমিকা শইকীয়া, কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিশিষ্ট অভিনেতা বিষ্ণ খাৰঘৰীয়া, পদ্মৰাগ গোস্বামী, হিৰণ্য ডেকাৰ লগতে বহু ন–পুৰণি শিল্পীয়ে |

কাঞ্চনজংঘা, ৰত্নাকৰৰ দৰে প্ৰতিঘাতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত  টীম প্ৰতিঘাত প্ৰচাৰৰ বাবে সাজু হৈছে। 

ছবিখনৰ কাহিনী অচিন্ত শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গেও পৰিচালনা কৰিছে এটা গীত। গানত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন, দীক্ষুৱে। ছবিখন সম্পাদনা কৰিছে ৰত্নাকৰ, কাঞ্চনজংঘা ছবি সম্পাদনা কৰা প্ৰীতম খাউণ্ডে। নৰমান ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা এই মুভিখন পৰিচালনা কৰিছে অচিন্ত শংকৰৰ। 

0/Post a Comment/Comments

Stay Conneted

Boxed Version