ম'বাইল ফোন ব্যৱহাৰ কৰোঁতে সাৱধান


ম'বাইল ফোন ব্যৱহাৰ কৰোঁতে সাৱধান

উত্তৰ-পূৰ্বাঞ্চলৰ  বন্ধু - বান্ধৱীকে ধৰি সকলো   নিকতাত্মীয় তথা উৰিষ্যাৰ উপকূল অঞ্চল, দক্ষিণ বেংগল,মধ্য বেংগল,দক্ষিণ ঝাৰখণ্ড,দক্ষিণ পশ্চিম ঝাৰখণ্ড অাৰু বিহাৰ সংযোগী বেংগল বোৰ্ডাৰলৈ পৰামৰ্শ  সতৰ্কবাণী  যে,"তীব্ৰ বিজুলী - ধেৰেকণিৰ সময়ত মোবাইলৰ ব্যৱহাৰ পৰিহাৰ কৰক বিশেষকৈ যেতিয়া আপুনি যিকোনো সমতল অঞ্চলত থাকে, বিচনাত থকা অৱস্থাত মোবাইল ব্যৱহাৰ কৰিব পাৰিব {কিন্তু ৱাল (wall) সংস্পৰ্শী অৱস্থাত নহয়}  সুনিশ্চিত হ'ব যাতে সম্পূৰ্ণ পৃথিৱী ততাস্থ অলগাৱ থাকে।

কেতিয়াবা ম'বাইল টাৱাৰৰ বৈদ্যুতিক ক্ষেত্ৰই ক্ৰিয়া কৰি বিজুলী ঢেৰেকনি আৰু টাৱাৰৰ মাজত সংযোগ কৰি পোনে পোনে ফোন ব্যৱহাৰ কৰা ব্যক্তি লৈ পথ সৃষ্টি কৰে। ( বিশেষকৈ যেতিয়া ম'বাইল ডাতা অন থাকে)

কিছুমান বিজুলী - ধেৰেকনীয়ে বহু মিলিয়ন ভল্ট একেলগে উৎপন্ন কৰিব পাৰে আৰু ই এ মানুহ,গছ - গছনি,জীৱ - জন্তু নিমিষতে পুৰি ছাঁই কৰিব পাৰে ।মই এনেকুৱা উদাহৰণ উত্তৰাখণ্ডত দেখিছো । এই সাৱধানতা বোৰ বিশেষকৈ যুৱচামৰ বাবে,যিয়ে pubg,tik-tok আৰু কিছুমান চেল্ফিৰ বাবে নিজৰ জীৱন বিপদত পেলায়। যদি আপোনালোকে ধুমুহা- গাজনিৰ ফটো বা ভিডিঅ' ল'ব বিচাৰে তেন্তে মোবাইল flight modeত থৈ হে কৰিব ।

 (RAJ NPC, মুখ্য NPC WIRELESS সমাধান)
সম্ভৱ হ'লে বন্ধু - বান্ধৱীলৈ শ্বেয়াৰ কৰিব ।

0/Post a Comment/Comments

Stay Conneted

Boxed Version