মোদী চৰকাৰৰ মন্ত্ৰী মণ্ডলীৰ নাম মোডীৰ মন্ত্ৰীমণ্ডল ৰাজনাথ সিঙ : প্ৰতিৰক্ষা মন্ত্ৰণালয় অমিত শ্বাহ : গৃহ বিভাগ নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয় ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয় নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চাতীৰাজ মন্ত্ৰণালয় ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয় হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ থাৱৰ চান্দ গেহলট : সামাজিক ন্যায় ড০ এছ জয়শংকৰক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয় ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ প্ৰকাশ জাৱড়েকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয় ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু উদ্যমিতা মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী : সন্তোষ কুমাৰ গংগোৱাৰ : শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং : পৰিকল্পনা মন্ত্ৰী, পৰিসংখ্যা-কাৰ্যসূচী ৰূপায়ণ শ্ৰীপদ য়েছ’ নাইক : আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথিক, ৰাজ্যিক প্ৰতিৰক্ষা জিতেন্দ্ৰ সিং : ড’নাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী : খাদ্য সংশাধন কিৰেণ ৰিজিজু : যুৱ পৰিক্ৰমা, ক্ৰীড়া, সংখ্যালঘু পৰিক্ৰমা প্ৰহ্লাদ সিং পেটেল : সাংস্কৃতিক, পৰ্যটন দপ্তৰ ৰাজকুমাৰ সিং : শক্তি, নবীকৰণযোগ্য শক্তি, বিকাশ আৰু উদ্যমিতা দপ্তৰ হৰদ্বীপ সিং পুৰী : গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, বাণিজ্য আৰু উদ্যোগ মনসুখ লাল মান্দাবিয়া : ৰাসায়নিক, সাৰ, জাহাজ দপ্তৰ ফগনসিং কুলাস্তে : তীখা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অশ্বিনী চৌবে : স্বাস্থ্য-পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল : সংসদীয় পৰিক্ৰমা, গুৰু উদ্যোগ-ৰাজহুৱা প্ৰতিষ্ঠান |
Stay Conneted
Boxed Version

Post a Comment