মহাৰাষ্ট্ৰত মাওবাদীৰ আক্ৰমণত ১৫ জন আৰক্ষীৰ মৃত্যু.......


মহাৰাষ্ট্ৰত মাওবাদীৰ আক্ৰমণত ১৫ জন আৰক্ষীৰ মৃত্যু.......

মহাৰাষ্ট্ৰৰ গড়চিৰলিত IED বিস্ফোৰণত শ্বহীদ ১৫জন জোৱান। ১৫-২০জন নিৰাপত্তাৰক্ষী আহত এই বিস্ফোৰণত। আৰক্ষীৰ বাহনত আক্ৰমণ নক্সালবাদীৰ। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনাস্থলীলৈ মোতায়েন CRPF আৰু সেনাৰ দল। ২৪ ঘণ্টাত দ্বিতীয়টো ভয়ংকৰ কূটাঘাত।

0/Post a Comment/Comments

Stay Conneted

Boxed Version