UPSC; 2018 চূড়ান্ত ফলাফল ঘোষণা।
UPSCৰ চূড়ান্ত ফলাফল ঘোষণা। কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান। অক্ষত জৈনে দখল কৰিলে দ্বিতীয় স্থান, তৃতীয় স্থান লাভ জুনাইড আহমেদৰ. চতুৰ্থ স্থানত শ্ৰেয়াংছ কুমাট, পঞ্চম স্থান দখল শ্ৰুষ্টি জয়ন্ত দেশমুখৰ, ষষ্ঠ স্থানত শুভম গুপ্তা, সপ্তম স্থান দখল কৰ্ণাতি বৰুণ ৰেড্ডীৰ, অষ্টম স্থানত বৈশালী সিং, নৱম স্থান দখল গুঞ্জন দ্বিবেদীৰ আৰু দশম স্থান লাভ তন্ময় বশিষ্ট শৰ্মাৰ। অসমৰ কেইবাগৰাকী পৰীক্ষাৰ্থীৰ সফলতা অৰ্জন।


Post a Comment