লোকসভা নিৰ্বাচন ২০১৯ত দেখা নাপায় নৰেন্দ্ৰ মোদী বনাম প্ৰিয়ংকা গান্ধীৰ যুঁজ।
লোকসভা নিৰ্বাচন ২০১৯ত দেখা নাপায় নৰেন্দ্ৰ মোদী বনাম প্ৰিয়ংকা গান্ধীৰ যুঁজ। কংগ্ৰেছ নেতৃত্বই বাৰানসীত প্ৰাৰ্থিত্ব নিদিলে প্ৰিয়ংকা গান্ধীক। প্ৰিয়ংকাৰ পৰিৱৰ্তে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক দিলে বাৰানসীৰ টিকট। ২০১৪ত মোদীৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল ৰায়। একপ্ৰকাৰ বাৰানসীত মোদীক ৱাকঅভাৰ কংগ্ৰেছৰ। বাৰানসীত প্ৰিয়ংকাক টিকট দিয়াৰ বাবে চলিছিল চৰ্চা। প্ৰিয়ংকাই নিজেও প্ৰকাশ কৰিছিল বাৰানসীত যুঁজ দিয়াৰ কথা। শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কংগ্ৰেছ নেতৃত্বৰ।
Post a Comment