হঠাৎতে হোৱাটচএপত পোৱা ভিডিঅ এটাই মনত হাজাৰটা প্ৰশ্নৰ জন্ম দিলে

Click on the video to watch 

হঠাৎতে হোৱাটচএপত পোৱা ভিডিঅ এটাই মনত হাজাৰটা প্ৰশ্নৰ জন্ম দিলে

হঠাৎতে হোৱাটচএপত ভিডিঅ এটা পালো বেয়া লাগিল। কোনোবাই জানে নে কোন আৰু কিয় মাৰিছে ইমান বেয়াকৈ সৰু লৰাজনক। শুনিছো ঘটনাটো বোলে ডিগবৈ ফালৰ। দেখাত হোষ্টেল যেন লগা ৰুমত কিয় এনেকুৱা হ'ল। কিমানদুৰ সত্য সেয়াও নাজানো। জানিবলৈ উৎসুক হৈ ৰলো। মনত হাজাৰটা প্ৰশ্ন। কাৰোবাৰ পৰা উত্তৰ পামনে...
মনত এটা ডাঙৰ প্ৰশ্ন থাকি গ'ল ভিডিঅটো দেখা পিছত হয়তো কোনো অভিভাবকে তেওলোকৰ সন্তানক হোষ্টেলত পঠিয়াবলৈ ৰাজি নহব। মনত তেওলোকৰো এটাই প্ৰশ্ন
" কিমান সুৰক্ষিত তেঁওলোকৰ সন্তানবোৰ??"

..
#কমেন্ট কৰক ভিডিঅটো শ্বেয়াৰ কৰক ।প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰক

0/Post a Comment/Comments

Stay Conneted

Boxed Version