ভাৰতত নিষিদ্ধ কৰা হল PUBG
আপুনি আৰু আপোনাৰ লৰা ছোৱালী অনলাইন গেম ৰ প্ৰতি আকৰ্ষিত নেকি। কিন্তু এতিয়া অনলাইন গেম খেলোতে আপুনিও সাৱধান হওক আৰু আপোনাৰ লৰা ছোৱালীক ও সাৱধান কৰি দিয়ক নহলে আপুনি বা আপোনাৰ লৰা ছোৱালীয়ে ৰঙা ঘৰৰ ভাত খাব লগা হব পাৰে।
কাৰণ:
ভাৰতত নিষিদ্ধ কৰা হল PUBG এতিয়াৰ পৰা আপুনি আৰু আপোনাৰ লৰা ছোৱালী এ PUBG গেম খেলিব নোৱাৰিব। ৰাজকোটত PUBG খেলি গ্ৰেপ্তাৰ হল ১০ জন লোক।


Post a Comment