বিজেপিয়ে ৰামঠগন দিলে মোকঃ ৰাজেন গোঁহাই

বিজেপিয়ে ৰামঠগন দিলে মোকঃ ৰাজেন গোঁহাই


আৰ পি শৰ্মাৰ পিছত ৰাজেন গোঁহাইৰ বিস্ফোৰক মন্তব্য, "বিজেপিয়ে ৰামঠগন দিলে । মোৰ পত্নীৰ নাম দিবলৈ কৈ শেষ মুহূৰ্তত নিদিলে টিকট। মোৰ সমৰ্থকসকলে মানসিক কষ্ট পাইছে, কৰ্মীসকলক দিবলৈ মোৰ হাতত কোনো উত্তৰ নাই, মোক এইধৰণে ৰাজনীতিৰ পৰা বিদায় দিয়াতো উচিত নাছিল, দললৈ নতুন নতুন মানুহ অহাৰ পাছতে চলিছে ষড়যন্ত্ৰ"। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অৱশেষত এই মন্তব্য ব্যক্ত কৰে। ইয়াৰ পূৰ্বে সংবাদমেল পাতি নিৰ্বাচন নেখেলো বুলি ঘোষণা কৰিছিল তেওঁ ।বিজেপিৰ দলক প্ৰাণসম দল আখ্যা দিছিল ৰাজেন গোঁহায়ে।পূৰ্বতে নাৰী কেলেংকাৰীৰে নাম সাঙোৰ খোৱাৰ বাবে নিৰ্বাচন নেখেলো বুলি কৈছিল গোহাঁয়ে।

0/Post a Comment/Comments

Stay Conneted

Boxed Version