অসমত শীঘ্ৰে বন্ধ হব পাৰে Swiggy


অসমত শীঘ্ৰে বন্ধ হব পাৰে Swiggy

আপুনি Swiggy ৰ পৰা খাদ্য ক্ৰয় কৰে নেকিন কৰে যদি আপোনাৰ বাবে এটা দুখৰ বাতৰি। অসমত শীঘ্ৰে বন্ধ হব পাৰে Swiggy গুৱাহাটীত কোনো অনুজ্ঞা পত্ৰ নোহোৱা কৈ ব্যৱসায় কৰি আছে Swiggy এ।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানত ধৰা পৰিল Swiggy ব্যৱসায়। তেওঁলোকৰ আছে অকল online কাপোৰ ব্যৱসায়ৰ অনুজ্ঞা পত্ৰ। যদি তেওঁলোকে অহা ৬ এপ্ৰিল ৰ ভিতৰত উপযুক্ত নথি পত্ৰ জমা দিব নোৱাৰে তেতিয়া হলে swiggy কৰ্মকৰ্তাৰ জেল পর্যন্ত হব পাৰে। এই কথা জনাইছে খাদ্য আৰু অসামৰিক যোগান বিভাগে আৰু তেওঁলোকে জনাইছে যদি উপযুক্ত নথি পত্ৰ জমা দিব নোৱাৰে তেতিয়া হলে ৬ মাহ জেল ৰ লগতে ৫ লক্ষ টকাৰ জৰিমনা ভৰিব লাগিব swiggy ৰ কৰ্মকৰ্তাই।

0/Post a Comment/Comments

Stay Conneted

Boxed Version