ৰেল বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই ভূপাল-বিলাসপুৰ এক্সপ্ৰেছ চলিল মহিলা কৰ্মচাৰীৰে

 

ৰেল বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই ভূপাল-বিলাসপুৰ এক্সপ্ৰেছ চলিল মহিলা কৰ্মচাৰীৰে


গনমত অসম ৮ মাৰ্চ ২০১৯:  আজি ৮ মাৰ্চ আৰু এই ৮ মাৰ্চ ৰ দিনা খনে সমগ্ৰ বিশ্বতে বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়।  আৰু এই নাৰী দিৱসৰ লগত সংগতি ৰাখি আজিৰ দিনটোত এ নাৰী দিৱসৰ লগত সংগতি ৰাখি ভূপাল ৰেল ষ্টেচনৰ পৰা ১৮২৩৫ ভূপাল- বিলাসপুৰ এক্সপ্ৰেছে যাত্ৰা আৰম্ভ কৰিলে। এক্সপ্ৰেছ খনত চাব লগীয়া কথা এইটোযে তাত কৰ্মৰত সকলো কৰ্মচাৰীয়ে মহিলা।



ৰেল খনত থকা পাইলত, টিটি, সুৰক্ষাকৰ্মী সকলো খিনি মহিলা।
এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা এই নাৰীসকলক নিয়োজিত কৰি ৰেল যাত্ৰা কৰাৰ কাৰ্যই নাৰীৰ সক্ষমতাৰ উদাহৰণ পোৱা গৈছে।

ইয়াত ক্লিক কৰি আপুনিও NEWS পোষ্ট কৰক 

0/Post a Comment/Comments

Stay Conneted

Boxed Version